নিউজ ডেস্ক : কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী (CAPFs), নিয়া (NIA), সীমা সুৰক্ষা বল (SSB) আৰু অসম ৰাইফলছৰ ৰাইফলছত ২৫২৭১ টা কনিষ্টবল পদত নিযুক্তিৰ বাবে আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰা হৈছে। আগ্ৰহী প্ৰাৰ্থীসকলে ৩১ আগষ্টৰ পূৰ্বে আৱেদন কৰিব লাগিব।

ষ্টাফ চিলেকশ্যন কমিছন চমুকৈ (এছ এছ চি)ৰ অধীনত এই নিযুক্তি প্ৰক্ৰিয়া অনুষ্ঠিত হ’ব। উক্ত পদ সমূহৰ ২২,৪২৪ টা পুৰুষ আৰু ২,৮৪৭ টা মহিলাৰ বাবে সংৰক্ষিত থাকিব।

পদসমূহ –

Male: 

BSF6413
CISF7610
CRPF0
SSB3806
ITBP1216
AR3185
NIA0
SSF194
Total22424


Female: 

BSF1132
CISF854
CRPF0
SSB0
ITBP215
AR600
NIA0
SSF46
Total2847

দৰহমহা মাহিলি ২১,৭০০ টকাৰ পৰা ৬৯,১০০ টকা।  প্ৰাৰ্থীসকল দশম শ্ৰেণীত উত্তীৰ্ণ হ’ব লাগিব। বয়সৰ সময়সীমা ১৮ বছৰৰ পৰা ২৩ বছৰৰ ভিতৰত। SC/ ST -ৰ বাবে বয়সৰ ক্ষেত্ৰত ৫ বছৰ আৰু OBC-ৰ বাবে ৩ বছৰ ৰেহাই থাকিব।

ইচ্ছুক প্ৰাৰ্থীসকলে বাছনি পৰক্ষীত অৱতীৰ্ণ হ’ব লাগিব।

বিভাগীয় বিজ্ঞাপনৰ বাবে ইয়াত ক্লিক কৰক।

অনলাইন আৱেদনৰ বাবে ইয়াত ক্লিক কৰক।

লগতে পঢ়ক : আজি বলিউডৰ ৰাণী মুমতাজৰ জন্মদিন; প্ৰিয় অভিনেত্ৰী গৰাকীৰ এইকেইখন ছবি উপভোগ কৰক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply