নিউজ ডেস্ক : নেশ্যনেল হৰ্টিকালচাৰ বৰ্ডত খালী হৈ থকা ২০ টা পদত নিযুক্তিৰ বাবে অৰ্হতাসম্পন্ন আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰা হৈছে।
উক্ত পদসমূহ হৈছে –
উপ সঞ্চালক
পদৰ সংখ্যা – ৬ টা পদ
শিক্ষাগত অৰ্হতা – যিকোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা Horticulture/ Agriculture/ Post-harvest Technology/ Agriculture Economics/Agriculture Engineering/Post harvest Management/Food Technology/Food Sciences বিষয়ত স্নাতক হ’ব লাগিব।
দৰমহা – ৩৫,০০০ৰ পৰা ১,১২,৪০০ টকা
বয়সৰ সীমা – ৪০ বছৰৰ অধিক হ’ব নালাগিব।
জ্যেষ্ঠ হৰ্টিকালচাৰ বিষয়া
পদৰ সংখ্যা – ৬ টা পদ
শিক্ষাগত অৰ্হতা – যিকোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা Agriculture/ Horticulture/Food Technology/Post Harvest Technology/Agricultural Economics/Agricultural Engineering/Food Sciences বিষয়ত স্নাতক হ’ব লাগিব।
দৰমহা – ৩৫,৪০০ৰ পৰা ১,১২,৪০০ টকা
বয়সৰ সীমা – ৩০ বছৰৰ অধিক হ’ব নালাগিব।
হৰ্টিকালচাৰ বিষয়া
পদৰ সংখ্যা – ৮ টা পদ
শিক্ষাগত অৰ্হতা – যিকোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা Agriculture/ Horticulture বিষয়ত স্নাতক আৰু স্নাতকোত্তৰ হ’ব লাগিব।
দৰমহা – ৩৫,৪০০ৰ পৰা ১,১২,৪০০ টকা
বয়সৰ সীমা – ৩০ বছৰৰ অধিক হ’ব নালাগিব।
আগ্ৰহী প্ৰাৰ্থীসকলে তলৰ ঠিকনাত ২৪ আগষ্টৰ ভিতৰত আৱেদন কৰিব লাগিব।
The Managing Director, National Horticulture Board, Plot No 85, Institutional Area, Sector-18, Gurugram-122015 (Haryana) latest by 24 August 2021.
নেশ্যনেল হৰ্টিকালচাৰ বৰ্ডৰ ৱেবছাইটৰ বাবে ইয়াত ক্লিক কৰক।
বিভাগীয় বিজ্ঞাপনৰ বাবে ইয়াত ক্লিক কৰক।
লগতে পঢ়ক : অসম অৰুণাচল সীমান্তৱৰ্ত্তী মাটি পাহাৰ সংৰক্ষণৰ দাবী