নিউজ ডেস্ক : লোকসভাৰ সংসদ টি ভি (Sansad TV)ত সৃষ্টি হোৱা বিভিন্ন পদৰ নিযুক্তিৰ বাবে আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন বিচৰা হৈছে। উক্ত নিযুক্তি ঠিকাভিত্তিক হ’ব বুলি এক বিজ্ঞাপন যোগে প্ৰকাশ কৰা হৈছে।

মুঠ ৩৯ টা পদত নিযুক্তিৰ বাবে আৱেদন আহ্বান কৰা হৈছে। আগ্ৰহী প্ৰাৰ্থীসকলে sansadtvadvt@gmail.com ত  প্ৰয়োজনীয় ডকুমেণ্টছসহ নিজৰ আৱেদন পত্ৰ ইমেইল কৰি জমা দিব পাৰে।

বিভাগীয় বিজ্ঞাপন প্ৰকাশ পোৱাৰ ২১ দিনৰ ভিতৰত আৱেদন পত্ৰ জমা দিব লাগিব। যোৱা ৭ জুলাইত লোকসভাৰ অফিচিয়েল ৱেবছাইটত বিভাগীয় বিজ্ঞাপন প্ৰকাশ পাইছিল।

পদসমূহ হৈছে :

HR Manager, Digital Head, Senior Producer (English), Graphics Promo GFX Artist, Graphics Sketch Artist, Promo Editor, Senior Social Media Content Writer (Bilingual) আৰু Website Managerৰ এটাকৈ পদ।

Anchor/Producer (English), Producer (English), Graphics GFX Artist, Senior Video Editor আৰু Social Media Handles Managerৰ দুটাকৈ পদ।

Graphics Panel GFX Operator আৰু Switcherৰ তিনিটাকৈ পদ। Content writerৰ চাৰিটাকৈ (দুটা ইংৰাজী আৰু দুটা হিন্দী)। Assistant Producer (ইংৰাজী) ৫টা পদ। Junior Video Editorৰ ৬টা পদ: 6 vacancies

বয়সৰ সময়সীমা : ৩৫ বছৰৰ পৰা ৫০ বছৰৰ ভিতৰত হ’ব লাগিব।

বিতং তথ্যৰ বাবে বিভাগীয় বিজ্ঞাপন চাবলৈ ইয়াত ক্লিক কৰক।

লগতে পঢ়ক : বিশ্ব কাবাব দিৱসত আপোনাৰ বাবে আনিছো ডিব্ৰুগড়ৰ ৫ খন উৎকৃষ্ট কাবাব জইণ্ট

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply