নিউজ ডেস্ক: IIT গুৱাহাটীত “Maintenance and operation of instruments under NECBH” শীৰ্ষক এটা প্ৰকল্পত Instrument Operator-ৰ পদত নিযুক্তিৰ বাবে অৰ্হতাসম্পন্ন আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰা হৈছে।

পদৰ সংখ্যা – এটা।

দৰমহা – মাহে ২৫,০০০ৰ পৰা ৩০,০০০ টকা।

প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা (Chemistry / Physics / any area of biological sciences / life sciences)-ত স্নাতক হোৱাৰ লগতে NMR/ FESEM/AFM/ XRD/Confocal Microscope-ত ৩ বছৰ কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব। বা (Chemistry/Physics/ any area of biological sciences / life sciences)-ত স্নাতকোত্তৰ বা BE/BTech হোৱাৰ লগতে NMR/ FESEM/ AFM/ XRD/Confocal Microscope-ত এবছৰ কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব।

আগ্ৰহী প্ৰাৰ্থী অনলাইন/ব্যক্তিগত সাক্ষাৎকাৰত বহিব লাগিব।

অৰ্হতাসম্পন্ন আগ্ৰহী প্ৰাৰ্থীসকলে অহা ৭ আগষ্টৰ ভিতৰত (https://forms.gle/KJNK7svfMYehVD1M9)- এই গুগল ফৰ্মৰ লিংকত গৈ অনলাইন আৱেদন কৰিব পাৰে।

বিতং বিজ্ঞাপনৰ বাবে ইয়াত ক্লিক কৰক।

লগতে পঢ়ক – অসমত জাপানীজ এনকেফেলাইটিছত ৪৪ জন লোকৰ মৃত্যু! সংক্ৰমণ নিয়ন্ত্ৰণ কৰিবলৈ সমগ্ৰ ৰাজ্যতে অভিযান আৰম্ভ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply