নিউজ ডেস্ক – পশ্চিম অসম দুগ্ধ উৎপাদকৰ সমবায় সন্থা চমুকৈ ৱামুল (WAMUL)ত ৪টা পদত নিযুক্তিৰ বাবে আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰা হৈছে। আগ্ৰহী প্ৰাৰ্থীসকলে ৱাক ইন ইন্টাৰ্ভিউত অৱতীৰ্ণ হ’ব লাগিব।
পদসমূহ হৈছে
সহকাৰী (Quality Assurance)- ২টা পদ।
শিক্ষাগত অৰ্হতা – Indian Dairy Diploma (Dairy technology) / B. Sc (Chemistry)/M. Sc (Chemistry)
বয়স – ১ জানুৱাৰী ২০২২ ত ৩০ বছৰ ভিতৰত হ’ব লাগিব।
১৮ ফেব্ৰুৱাৰীত ৱাক ইন ইন্টাৰ্ভিউ
সহকাৰী (Finance & Accounts)- ১টা পদ।
শিক্ষাগত অৰ্হতা – B. Com
বয়স – ১ জানুৱাৰী ২০২২ ত ৩০ বছৰ ভিতৰত হ’ব লাগিব।
১৬ ফেব্ৰুৱাৰীত ৱাক ইন ইন্টাৰ্ভিউ
কাৰ্য্যবাহী (Finance & Accounts)- ১টা পদ।
শিক্ষাগত অৰ্হতা – স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা B. Com আৰু M. Com./MBA Finance/CA(Inter)/CWA(Inter)
বয়স – ১ জানুৱাৰী ২০২২ ত ৩৭ বছৰ ভিতৰত হ’ব লাগিব।
১৪ ফেব্ৰুৱাৰীত ৱাক ইন ইন্টাৰ্ভিউ
সাক্ষাৎকাৰৰ ঠিকনা – Office of The West Assam Milk Producers Cooperative Union Ltd (Purabi Dairy), Panjabari, Pin-781037
আৱেদন পত্ৰৰ বাবে ইয়াত ক্লিক কৰক
বিভাগীয় বিজ্ঞাপনৰ বাবে ইয়াত ক্লিক কৰক
লগতে পঢ়ক – আয়তীৰ উৰুলিৰ মাজেৰে জীয়া ভৰলী নদীৰ খনন কাৰ্যৰ শুভাৰম্ভ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই