মহানগৰ যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ মহন্তৰ সংবাদমেল।
৩১ ডিচেম্বৰৰ নিশা দুৰ্ঘটনামুক্ত হিচাপে চিহ্নত হ’ল মহানগৰ।
৫৫টা স্থানত চলিছিল আৰক্ষীৰ তালাচী।
১১৫টা সুৰাৰ সৈতে জড়িত গোচৰ ৰুজু কৰা হৈছে।
১২,১৬৬টা হেলমেট নিপিন্ধা গোচৰ ৰুজু হৈছে যোৱা সময়চোৱাত।
২০২১ চনৰ জানুৱাৰীৰ পৰা জুলাই মাহলৈকে ১ কোটি ২০ লাখ টকা জৰিমনা বিহা হৈছে।
২০২১ৰ আগষ্ট-নৱেম্বৰলৈ ৩ কোটি ৪০ লাখকৈ জৰিমনা বিহাৰ বিপৰীতে মাত্ৰ
ডিচেম্বৰ মাহতেই ৪ কোটি ৪০ লাখ জৰিমনা কৰাৰ কথা উল্লেখ কৰে মহানগৰ যুটীয়া আৰক্ষী আয়ুক্ত গৰাকীয়ে।
কালি নিশা ৩৭খন লাইচেন্স বাতিল হৈছে। ২০২১ বৰ্ষত মহানগৰীত পথ দূৰ্ঘটনাত ২৪৭ জন লোকৰ মৃত্যু হয়।
লগতে পঢ়ক-সোণাৰিৰ ব্যতিক্ৰমী চৰকাৰী প্ৰাথমিক বিদ্যালয় আদৰ্শ হ’ব পাৰে ৰাজ্যৰ