জোনাইঃ জোনাইত আটক লিবাৰেল ডেম’ক্ৰেটিক কাউল্সিল অব্‌ মিচিং লেণ্ড উগ্ৰপন্থী সংগঠনটোৰ সদস্য়।

ধৃত সদস্য়জনৰ নাম পৱিত্ৰ দলে (৩০)৷ কেডাৰজনৰ পৰা আৰক্ষীয়ে জব্দ কৰে পাঁচজাই ৯ এম এম সজীৱ গুলী আৰু  এটা ৰিভলভাৰ ৷ 

আৰু পঢ়কঃচিৰাং আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানঃ আটক দুই যুৱক

যুৱকজনৰ স্বীকাৰোক্তিৰ ভিত্তিত মঙলবাৰে পুৱা জোনাই আৰক্ষীৰ এটা দলে অভিযান চলাই পবা সংৰক্ষিত বনাঞ্চলৰ পৰা উদ্ধাৰ কৰে মাৰণাস্ত্ৰখিনি।

জোনাই আৰক্ষীয়ে যুৱকজনক সোধা-পোছা কৰাত যুৱকজনে নিজকে লিবাৰেল ডেম’ক্ৰেটিক কাউল্সিল অব্‌ মিচিং লেণ্ড নামৰ উগ্ৰপন্থী সংগঠনৰ ডেপুটী চীফ বুলি স্বীকাৰ কৰে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply