যোৰহাটঃ যোৰাবাট আৰক্ষীৰ সফল অভিযান।

যোৰাবাট আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ ইণ্ডোনেছিয়া আৰু কোৰিয়ান চিগাৰেট।

এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত মেঘালয়ৰ পৰা গুৱাহাটী অভিমুখে আহি থকা এএছ ০১ এ এইচ ৪৬৩৪ নম্বৰৰ ৱাগনাৰ গাড়ীৰ পৰা জব্দ কৰে চিগাৰেটখিনি।

লগতে পঢ়কঃসুদীৰ্ঘ সময়ৰ পাছত ব্ৰহ্মপুত্ৰ উপত্যকাত পোৱা গৈছে ঘৰিয়ালৰ উপস্থিতি


আৰক্ষীয়ে জনোৱা মতে জব্দ কৰা এই চিগৰেট সমূহৰ বজাৰ মূল্য প্ৰায় ১০পৰা ১৫ লাখ টকা।

বৰ্তমান আৰক্ষীয়ে ২ জন লোকক আটক কৰি তদন্ত আৰম্ভ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply