যোৰাবাটঃ যোৰাবাটত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ।
মণিপুৰৰ পৰা গুৱাহাটী অভিমুখী এ এছ ০১ ই চি ৭৮২৯নম্বৰৰ এখন ট্ৰাকৰ পৰা আৰক্ষীয়ে জব্দ কৰে ড্ৰাগছ খিনি।
আৰক্ষীয়ে জব্দ কৰে আধা কেজি হেৰ’ইন আৰু ৩০হেজাৰ নিচাযুক্ত টেবলেট।
লগতে পঢ়কঃমৰিগাঁৱত নকল টকা সহ দুই যুৱক যুৱতী আটক
আৰক্ষীয়ে দুজন ড্ৰাগছ সৰবৰাহকাৰীকো আটক কৰিছে।
ড্ৰাগছৰ সন্দৰ্ভত বৰ্তমান আৰক্ষীৰ তদন্ত অব্যাহত আছে।