প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো

যোৰহাটঃ যোৰহাটত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা।

যোৰহাট বাইপাছৰ জিৰণি হোটেলৰ সমীপত এখন তীব্ৰ বেগী আই টোৱেন্টি গাড়ীয়ে মহতিয়াই লৈ যায় এজন চাইকেল আৰোহীক ।

আৰু পঢ়কঃ যোৰহাট আৰু খটখটিত জব্দ বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য

দুৰ্ঘটনাত থিতাতে নিহত হয় চাইকেল আৰোহী জন।

মৃত ব্যক্তিজন পুলিবৰৰ দামৰি চুকৰ দীপক বৰপাত্ৰ গোহাঞি বুলি জানিব পৰা গৈছে।

আৰু পঢ়কঃজুৰীয়াৰ কালিয়াডিংগা বনগাঁৱত উত্তপ্ত পৰিস্থিতি

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply