যোৰহাটঃ যোৰহাটৰ ফাঁচিআলিত ড্ৰাগছ উদ্ধাৰ । এক গোপন সূত্ৰৰ পম খেদি যোৰহাট আৰক্ষীয়ে পূজাডুবিৰ ফাঁচিআলিত নিৰঞ্জন নামৰ এজন ব্যক্তিৰ ঘৰত অভিযান চলাই জব্দ কৰে ৩৬.৭৪ গ্ৰাম ড্ৰাগছ।

লগতে পঢ়কঃমথুৰাপুৰ চাহ বাগিচাৰ কাৰ্যালয়ত চাহ কৰ্মচাৰী বিক্ষোভ

উল্লেখ্য যে, পূৰ্বেও ড্ৰাগছৰ সৈতে গ্ৰেপ্তাৰ হৈছিল নিৰঞ্জন নামৰ ব্যক্তি গৰাকী। তেওঁৰ ওপৰত নানা ধৰণৰ অভিযোগ আছে বুলিও উল্লেখ কৰিছে আৰক্ষীয়ে। ইতিমধ্যে আৰক্ষী যোৱাৰ সম্ভেদ পাই নিৰঞ্জন নামৰ ব্যক্তিগৰাকী পলায়ন কৰে যদিও আৰক্ষীয়ে নিৰঞ্জনৰ পত্নীক আটক কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply