যোৰহাট: নিমাতি ঘাটত আজি আকৌ পুনৰ আন এক অঘটন সংঘটিত হয়।
মাতৃৰ কন্যা সহ আত্মহত্যাৰ চেষ্টা নিমাতি ঘাটত।
স্থানীয় যুৱকৰ সহায়ত ব্ৰহ্মপুত্ৰৰ বুকৰ পৰা উদ্ধাৰ কৰে মাতৃ গৰাকীক।
বৰ্তমানেও ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধানহীন ৮ বছৰীয়া কন্যা।


উদ্ধাৰৰ বাবে অভিযান অব্যাহত ৰাখিছে এচ ডি আৰ এফ বাহিনীৰ দলে।
উদ্ধাৰ কৰা মহিলা গৰাকী নাম জুনমনি বাৰীক আৰু ঘৰ গৰখীয়া দল কুহুম জুগনীয়া গাৱত।
বৰ্তমানেও সন্ধানহীন হৈ থকা ছোৱালী জনীৰ বয়স ৮ বছৰ নাম পিংকী প্ৰিয়া বাৰিক।
কি কাৰনত এই সিদ্ধান্ত ল’লে সেই বিষয়টো এতিয়াও স্পষ্ট হোৱা নাই।

লগতে পঢ়ক- ‘পেন ডাউন’ কিতাপখন নতুন প্ৰজন্মৰ একাংশৰ মনৰ প্ৰতিফলন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply