নিউজ ডেস্ক- সাংসদ তপন গগৈ দ্বিতীয় বাৰৰ বাবে আক্ৰান্ত হৈছে কৰোণা ভাইৰাছত।
আজি চাবুৱাত প্ৰধানমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লোৱাৰ কথা আছিল সাংসদগৰাকীৰ।
প্ৰচাৰ সভাত অংশ লোৱাৰ পূৰ্বে কৰা টেষ্টত তেওঁৰ ৰিজাল্ট আহে কৰোণা পজিটিভ।
আৰু পঢ়কঃগোলাঘাটত নিৰ্বাচনী প্ৰচাৰ চলালে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে
যোৰহাটত ক’ভিড পৰীক্ষা কৰা হৈছিল তপন গগৈৰ।
সাংসদজনৰ দেহত নাই ক’ভিডৰ কোনো লক্ষণ।
বৰ্তমান সোনাৰিৰ বাসগৃহত হোম কোৱাৰেন্টাইনত আছে সাংসদগৰাকী।