যোৰহাট: যোৰহাট জিলাৰ অন্তৰ্গত পুলিবৰ আৰক্ষী থানাৰ অন্তৰ্গত পশ্চিম যোৰহাটৰ পানীচকুৱাত এইবাৰ শোৱনী কোঠাৰ আলমিৰাৰ ভিতৰত উদ্ধাৰ হ’ল বৃহৎ পৰিমানৰ বিলাতী সুৰাৰ বটল।
পুলিবৰ আৰক্ষী থানাৰ
ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত চলা এই অভিযানত ধৰা পৰে বৃহৎ পৰিমানৰ বিলাতী সুৰাৰ বটল খিনি।
গডৰেজৰ লকাৰৰ পৰা টকা নহয় ওলাল বিলাতী সুৰা।
পশ্চিম যোৰহাটৰ পানীচকুৱাত দীৰ্ঘ দিন ধৰি এই অৱৈধ সুৰাৰ বেহা চলি আছিল।
প্ৰথম বাৰৰ বাবে অঞ্চলটোত আৰক্ষীৰ অভিযান চলাৰ এই কাৰ্য ধৰা পৰে। অঞ্চলটোৰ ৰাইজে দীৰ্ঘদিনৰ পৰা অভিযোগ কৰি অহা মতে বহুত দিনৰ পৰা কাঠ ফুলাৰ দৰে গঢ়ি উঠিছিল এই মদৰ ঘাটি বোৰ। ৰাইজৰ অভিযোগৰ ভিত্তিতেই অভিযান চলাই এই সফলতা লাভ কৰে আৰক্ষীয়ে।

লগতে পঢ়ক-তদন্তৰ প্ৰতিবেদনক সংবাদমেল পাতি সমালোচনা কৰাতো ভাল নালাগিল মুখ্যমন্ত্ৰীৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,863 other subscribers

Leave a comment

Leave a Reply Cancel reply