জুৰীয়াঃ জুৰীয়াৰ বগুৰিগুৰিত অঘটন।

বৈদ্যুতিক তাঁৰ ছিঙি পৰাত দাউ দাউকৈ জ্বলি উঠিল এখন খেৰ ভৰ্ত্তি চলন্ত টাটাম’বাইল।

স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি অগ্নিনিৰ্বাপন কৰাৰ প্ৰচেষ্টা চলাই যদিও ব্যৰ্থ হয়।

জুইৰ লেলিহান শিখাত সম্পূৰ্ণৰূপে ভষ্মীভূত হয় টাটাম’বাইলখন।

লগতে পঢ়কঃসুৰজিৎ একাডেমীত ‘বিশ্ব মূকাভিনয় দিৱস’ পালন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,033 other subscribers

Leave a comment

Leave a Reply