জুৰীয়াঃ চৰকাৰে আইন প্রণয়ন কৰি তিনি তালাক নিষিদ্ধ কৰাৰ পিছতো দেশত চলি আছে তিনি তালাক। এইবাৰ পত্নীয়ে ম’বাইল যোগে স্বামীক দিলে তিনি তালাক। জুৰীয়াৰ পৰমাইভেটী গাঁৱৰ মাহমুদা বেগম নামৰ এগৰাকী মহিলাই স্বামী ইনামুল হকক তালাক দি অন্য পুৰুষৰ সৈতে পলাই যায়।লগতে পঢ়কঃচেলুনত চুলি কাটিবলৈ যোৱা যুৱতীক শ্লীলতা হানিৰ অভিযোগত আটক যুৱক

ঘটনা সন্দৰ্ভত স্বামী ইনামুল হকে পত্নীৰ বিৰুদ্ধে আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ।মাহমুদা বেগমে গহনা পাতি আৰু ধন লৈ পলাই যোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্বামীয়ে।
উল্লেখযোগ্য যে, স্বামী কৰ্মসূত্ৰে কেৰেলাৰ থকা অৱস্থাত পত্নীয়ে অন্য পুৰুষৰ সৈতে গঢ়ি তুলিছিল অবৈধ সম্পৰ্ক।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply