প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো

জুৰীয়া– লাওখোৱা অভয়াৰণ্যৰ পৰা ওলাই অহা এটা ম’হে জুৰীয়াত অঞ্চলজুৰি ত্ৰাসৰ সৃষ্টি কৰিছে।

জুৰীয়াৰ বৰুনগুৰিত বনৰীয়া ম’হৰ আক্ৰমণত গুৰুতৰভাৱে আহত এজন।

আহতলোকজন ছফিকুল ইছলাম বুলি জানিব পৰা গৈছে।

আহত ছফিকুলক উন্নত চিকিৎসাৰ বাবে ‘নগাওঁ অসামৰিক চিকিৎসালয়’লৈ প্ৰেৰণ কৰা হৈছে।

এইদৰে বনাঞ্চলৰ পৰা বনৰীয়া জন্তু ওলাই আহি জনাঞ্চলত সন্ত্ৰাসৰ সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে বন বিভাগক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply