কামপুৰঃ ৰাজ্য়ত ড্ৰাগছৰ বিৰুদ্ধে সষ্টম হৈ পৰিছে আৰক্ষী-প্ৰশাসন।
ৰাজ্য়ৰ বিভিন্ন প্ৰান্তত ড্ৰাগছৰ বিৰুদ্ধে সষ্টম হৈ পৰিছে আৰক্ষী।
কামপুৰত আৰক্ষীয়ে আটক কৰে দুই ড্ৰাগছ সৰবৰাহকাৰী।
ৰাইজে যুৱক দুজনক আটক কৰি গতাই দিয়ে আৰক্ষীক ।
ধৃত যুৱক দুজন মাগুৰগাঁৱৰ ইক্ৰামুল হক আৰু কাকতি গাঁৱৰ দিলোৱাৰ হুছেইন ।
যুৱক দুজনৰ পৰা ১৩৭ গ্ৰাম ওজনৰ ২৬২ টা নিচাযুক্ত টেবলেট জব্দ ।
আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে যুৱক দুজনক।
আৰু পঢ়কঃবাক্সা জিলাৰ তামুলপুৰৰ দৰঙামেলাত জব্দ নিচাজাতীয় টেবলেট