কামপুৰঃ ৰাজ্য়ত ড্ৰাগছৰ বিৰুদ্ধে সষ্টম হৈ পৰিছে আৰক্ষী-প্ৰশাসন।

ৰাজ্য়ৰ বিভিন্ন প্ৰান্তত ড্ৰাগছৰ বিৰুদ্ধে সষ্টম হৈ পৰিছে আৰক্ষী।

কামপুৰত আৰক্ষীয়ে আটক কৰে দুই ড্ৰাগছ সৰবৰাহকাৰী।

ৰাইজে যুৱক দুজনক আটক কৰি গতাই দিয়ে আৰক্ষীক ।

ধৃত যুৱক দুজন মাগুৰগাঁৱৰ ইক্ৰামুল হক আৰু কাকতি গাঁৱৰ দিলোৱাৰ হুছেইন ।

যুৱক দুজনৰ পৰা ১৩৭ গ্ৰাম ওজনৰ ২৬২ টা নিচাযুক্ত টেবলেট জব্দ ।

আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে যুৱক দুজনক।

আৰু পঢ়কঃবাক্সা জিলাৰ তামুলপুৰৰ দৰঙামেলাত জব্দ নিচাজাতীয় টেবলেট

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,479 other subscribers

Leave a comment

Leave a Reply Cancel reply