কামপুৰঃ সমগ্ৰ বিশ্বতে এতিয়া কৰোনা ভাইৰাছৰ আতংক ৷ ক’ভিড-১৯ৰ সংক্ৰমণ ৰোধৰ বাবে স্বাস্থ্য বিভাগ, চৰকাৰ, প্রশাসনে এছ অ’ পি জাৰি কৰিছে।

পিছে চৰকাৰৰ এই নিৰ্দেশক অমান্য কৰি একাংশ লোক আৰু ব্যৱসায়ীয়ে ভিৰ কৰিলে কামপুৰ সপ্তাহিক বজাৰত।

কামপুৰ সপ্তাহিক বজাৰত শাৰীৰিক দুৰত্বটো বাদেই মাক্স অবিহনেই বজাৰত ভিৰ কৰিলেহি।

শুকুৰবাৰে বজাৰ সমিতি আৰু কামপুৰ পৌৰ সভাই মাইক যোগে কভিড প্ৰটকল অমান্য কৰা ব্যক্তিক এহাজাৰ টকা জৰিমনা ভৰা হ’ব বুলি ঘোষণা কৰা পিছতো সাপ্তাহিক বজাৰখনত

সেই ঘোষণাৰ কোনো প্ৰভাব পৰিলক্ষিত নহ’ল ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply