কামপুৰঃ কামপুৰত হিন্দু জাগৰণ মঞ্চৰ উত্তাল প্ৰতিবাদ ৷
বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাচিনাই হিন্দুৰ ওপৰত কৰা অমানবীয় অত্যাচাৰৰ বাবেই শ্বেখ হাচিনাৰ প্ৰতিকৃতি দাহ কৰি উত্তাল প্ৰতিবাদ ৷
লগতে পঢ়কঃকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিদ্যুৎপৃষ্ট হৈ হাতী, গাহৰী, পহুৰ মৃত্যু
বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাচিনা হুচিয়াৰ, বাংলাদেশী হুচিয়াৰ আদি ধ্বনিৰে কামপুৰৰ আকাশ বতাহ কঁপাই তোলে প্ৰতিবাদকাৰী সকলে ৷