আজি ৰাজ্যৰ পৌৰ নিৰ্বাচনৰ ভোটগণনা
অন্ত পৰিব মাহজোৰা উৎকণ্ঠাৰ
৮০খন পৌৰসভাৰ বাবে দেওবাৰে হৈছিল ভোটগ্ৰহণ
মুঠ ৯৭৬টা ৱাৰ্ডৰ বাবে অনুষ্ঠিত হৈছিল নিৰ্বাচন
কামপুৰ টিয়কত বিজেপি অগপ মিত্ৰজোঁটৰ জয়
কামপুৰ পৌৰসভা
১ নং ৱাৰ্ডত ৰিকুমণি লস্কৰ বিজেপি
২নং ৱাৰ্ডত মালৱিকা বৰা অগপ
৩ নং ৱাৰ্ডত অংকুমণি ৰয় শইকীয়া বিজেপি
৪ নং ৱাৰ্ডত স্নিগ্ধা লস্কৰ পাঠক বিজেপি
৫ নং ৱাৰ্ডত জয়ন্ত ফুকন বিজেপি
৬ নং ৱাৰ্ড স্বৰূপ বৰা বিজেপি
৭ নং ৱাৰ্ড ধৰিত্ৰী বৰা অগপ
৮ নং ৱাৰ্ড পাৰ্থ সাৰথি বনিক বিজেপি
৯ নং ৱাৰ্ড চন্দন শইকীয়া বিজেপি
১০ নং ৱাৰ্ড ভূপেন লস্কৰ অগপৰ প্ৰাৰ্থীৰ জয়।
টীয়ক পৌৰ সভা
১ নং ৱাৰ্ড চুমী বৰুৱা কংগ্ৰেছ
২ নং ৱাৰ্ড ৰাজশ্ৰী দাস অগপ
৩ নং ৱাৰ্ড শিখা জ্যোতি দত্ত কংগ্ৰেছ
৪নং ৱাৰ্ড লাকী বৰবৰা বিজেপি
৫ নং ৱাৰ্ড দিগন্ত বৰা নিৰ্দলীয়
৬ নং ৱাৰ্ড মৃণাল বৰদলৈ নিৰ্দলীয়
৭ নং ৱাৰ্ড তুলতুল হাজৰিকা কংগ্ৰেছ
৮ নং ৱাৰ্ড ফলাফল ওলোৱা নাই
৯ নং ৱাৰ্ড মাধৱী হাজৰিকা অগপ
১০ নং ৱাৰ্ড ত্ৰৈলোক্য ভূঞা বিজেপি