আজি ৰাজ্যৰ পৌৰ নিৰ্বাচনৰ ভোটগণনা
অন্ত পৰিব মাহজোৰা উৎকণ্ঠাৰ
৮০খন পৌৰসভাৰ বাবে দেওবাৰে হৈছিল ভোটগ্ৰহণ
মুঠ ৯৭৬টা ৱাৰ্ডৰ বাবে অনুষ্ঠিত হৈছিল নিৰ্বাচন

কামপুৰ টিয়কত বিজেপি অগপ মিত্ৰজোঁটৰ জয়

কামপুৰ পৌৰসভা

১ নং ৱাৰ্ডত ৰিকুমণি লস্কৰ বিজেপি
২নং ৱাৰ্ডত মালৱিকা বৰা অগপ
৩ নং ৱাৰ্ডত অংকুমণি ৰয় শইকীয়া বিজেপি

৪ নং ৱাৰ্ডত স্নিগ্ধা লস্কৰ পাঠক বিজেপি

৫ নং ৱাৰ্ডত জয়ন্ত ফুকন বিজেপি

৬ নং ৱাৰ্ড স্বৰূপ বৰা বিজেপি

৭ নং ৱাৰ্ড ধৰিত্ৰী বৰা অগপ

৮ নং ৱাৰ্ড পাৰ্থ সাৰথি বনিক বিজেপি

৯ নং ৱাৰ্ড চন্দন শইকীয়া বিজেপি

১০ নং ৱাৰ্ড ভূপেন লস্কৰ অগপৰ প্ৰাৰ্থীৰ জয়।

টীয়ক পৌৰ সভা

১ নং ৱাৰ্ড চুমী বৰুৱা কংগ্ৰেছ
২ নং ৱাৰ্ড ৰাজশ্ৰী দাস অগপ
৩ নং ৱাৰ্ড শিখা জ্যোতি দত্ত কংগ্ৰেছ
৪নং ৱাৰ্ড লাকী বৰবৰা বিজেপি
৫ নং ৱাৰ্ড দিগন্ত বৰা নিৰ্দলীয়
৬ নং ৱাৰ্ড মৃণাল বৰদলৈ নিৰ্দলীয়
৭ নং ৱাৰ্ড তুলতুল হাজৰিকা কংগ্ৰেছ
৮ নং ৱাৰ্ড ফলাফল ওলোৱা নাই
৯ নং ৱাৰ্ড মাধৱী হাজৰিকা অগপ
১০ নং ৱাৰ্ড ত্ৰৈলোক্য ভূঞা বিজেপি

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,481 other subscribers

Leave a comment

Leave a Reply Cancel reply