YouTube video

কামপুৰ: কামপুৰত মহিলাসকলৰ তীব্ৰ প্ৰতিবাদ। মাইক্ৰ’ফাইনেঞ্চৰ ঋণ মাফ কৰিবলৈ চৰকাৰলৈ আহ্বান জনাই প্ৰতিবাদ সাব্য়স্ত কৰে কামপুৰ পটিয়াপামৰ মহিলা সকলে ৷ 

 নিৰ্বাচনৰ পূৰ্বে চৰকাৰে সকলোৰে বাবে মাইক্ৰফাইনেঞ্চৰ ঋণ মাফ কৰা কথা কৈছিল যদিওঁ শেহতীয়াকৈ এই ঋণ মাফ কৰা দিশত নানা নীতি নিৰ্দেশনা প্ৰকাশ কৰা পাছতেই মহিলা সকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি।

অসম চৰকাৰ হায় হায়, হিমন্ত বিশ্ব শৰ্মা মূৰ্দাবাদ, বিনাচৰ্তে মাইক্ৰ’ফাইনেঞ্চৰ ঋণ মাফ কৰক আদি ধ্বনিৰে আকাশ বতাহ কঁপাই তুলে প্ৰতিবাদকাৰী মহিলাসকলে।

বিনাচৰ্তে মাইক্ৰ’ফাইনেঞ্চৰ ঋণ মাফ নকৰিলে অনাগত দিনত গ্ৰামাঞ্চলৰ কোনো মহিলাই বিজেপি চৰকাৰক ভোট নিদিয়াৰ সংকল্প লয় ৷

আৰু পঢ়ক: চৰম অনিশ্চয়তাত ভুগিছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ্থী, হাই মাদ্ৰাছা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ্থীসকল

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply