ডিফুঃ দীৰ্ঘদিনীয়া সশস্ত্ৰ সংগ্ৰামৰ অন্ত পেলাই অৱশেষত আনুষ্ঠানিকভাৱে ভংগ হ’ল কাৰ্বি আংলঙৰ সশস্ত্ৰ সংগঠন ‘ কাৰ্বি পিপ’লছ লিবাৰেছন টাইগাৰ’ চমুকৈ KPLT’।

সংগঠনৰ নেতা-কেডাৰৰ সামৰিক পোচাকোসমূহ জ্বলাই দি আজিৰে পৰা সমাজৰ মূলসুঁতিত বিলিন হ’ল সংগঠনটোৰ সদস্য সকল।

লগতে পঢ়কঃসোণাৰিত সেৱা আৰু সমৰ্পন অভিযান কাৰ্যসূচী

উল্লেখ্য যে যোৱা ৪ ছেপ্তেম্বৰত আন ৫টা সংগঠনৰে KPLT য়ে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সৈতে শান্তি চুক্তিত স্বাক্ষৰ কৰিছিল।

আজি শিবিৰ ত্যাগ কৰি গৃহমুখী হ’ল সকলো নেতা-সদস্য।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply