কাৰ্বি আংলং : জ’নেল কাৰ্বি যুৱ মহোৎসৱ উদযাপন। তিনিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে দুই পাৰ্বত্য জিলা পূব কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলংত অনুষ্ঠিত হৈছে ২৯ সংখ্যক জ’নেল কাৰ্বি যুৱ মহোৎসৱ৷

শাৰদীয় দুৰ্গোৎসৱৰ সৈতে সংহতি ৰাখি জনগোষ্ঠীটোৱে দীৰ্ঘদিন ধৰি পূজাৰ মাজতে উলহ-মালহেৰে উদযাপন কৰি আহিছে জ’নেল কাৰ্বি যুৱ মহোৎসৱ৷ কাৰ্বি যুৱক-যুৱতী সকলে দুৰ্গোৎসৱৰ মাজতে কাৰ্বি যুৱ মহোৎসৱ উৎযাপন কৰি আহিছে৷

লগতে পঢ়ক : গোলাঘাটৰ শালমাৰাত ভয়াবহ অগ্নিকাণ্ডত ভস্মীভূত দুটাকৈ ঘৰ

কাৰ্বি ভূমিৰ বিভিন্ন প্ৰান্তৰ লগতে ডিমা হাচাও জিলাক সামৰি মুঠ ৩৪ টা জ’নেল কাৰ্বি যুৱ মহোৎসৱ উদযাপন কৰে জনগোষ্ঠীটোৱে৷ কাৰ্বি জনগোষ্ঠিটোৰ পৰম্পৰা চেংপি-চেংছ’ আৰু মৰিতংপ’ৰে গীত-মাত আৰু নৃত্য আৰু খেল অনুষ্ঠিত হোৱা এই জ’নেল কাৰ্বি যুৱ মহোৎসৱ শুকুৰবাৰে সামৰণি পৰিব

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply