কাৰ্বিআংলংঃ পশ্চিম কাৰ্বি আংলঙত জৰাজীৰ্ণ পথে জ্বলা কলা খোৱাইছে পথচাৰীক।

যাতায়তৰ বাবে অনুপযোগী পথ মেৰামতিৰ ক্ষেত্ৰত কাণসাৰ নাই কাৰ্বি আংলং পৰিষদৰ। ইফালে যাতায়তৰ ক্ষেত্ৰত দুৰ্ভোগ ভোগা ৰাইজে অৱশেষত নিজেই মেৰামতি কৰিলে পথটো।

লগতে পঢ়কঃআলফাত যোগদান কৰিবলৈ আহি জালত পৰিল সাত যুবক

কপিলী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত নিহাং গাঁৱৰ এই সমস্যা দূৰ কৰিবলৈ স্থানীয় পৰিষদীয় সদস্য পৱন কুমাৰেও কোনো ব্যৱস্থা নোলোৱাত গাঁও খনৰ প্ৰায় এক কিলোমিটাৰ পথ ৰাইজে নিজৰ গাঁঠিৰ ধনেৰে মাটি পেলাই মেৰামতি কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply