কামপুৰঃ নগাঁৱৰ কঠিয়াতলীত আৰক্ষীৰ অভিযান।

আৰক্ষীয়ে জব্দ কৰে ১ কেজি ৩০০ গ্ৰাম গাঞ্জা ।

লগতে পঢ়কঃকাজিৰঙাত ৫০ লাখ টকাৰ বিদেশী চিগাৰেট জব্দ  : আটক দুই 

কচুৱা দিশৰ পৰা নগাঁও অভিমুখে আহি থকা এখন ট্ৰেভেলাৰত উদ্ধাৰ এই গাঞ্জাখিনি ।

গাঞ্জা সৰবৰাহত জড়িত মন্নছ আলী আৰু হৰজত আলী নামৰ দুজনক আটক কৰে আৰক্ষীয়ে ।

আটকাধীন দুয়োজনৰ ঘৰ কচুৱা থানাৰ অন্তৰ্গত জুৰিপাৰত ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply