কাতি বিহু উদযাপন

সোণাৰি: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে সোণাৰিতো উদযাপন কৰা হৈছে কাতি বিহু। সোণাৰি ভজো ৰংছোৱাল চাংমাই গাঁওত টাইপাৰ উদ্যোগত কাতি বিহু উদযাপন।

টাই আহোম যুৱ পৰিষদ অসমৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত পথৰ কাষে কাষে পাঁচ শতাধিক বন্তি প্ৰজ্বলন। তুলসীৰ তলত বন্তি প্ৰজ্বলনৰ লগতে বিহুৰ ৰীতি-নীতি নৱ প্ৰজন্মক অৱগত কৰাৰ প্ৰয়াস।

লগতে পঢ়ক-ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মাজুলী আৰু বটদ্ৰৱাতো কাতি বিহু উদযাপন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply