কাজিৰঙাঃ কাজিৰঙাত মাছ ধৰাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই স্থানীয় ৩০ জন লোকক আটক কৰাক লৈ এই পৰিস্থিতি।
মাছ মাৰিবলৈ যোৱা লোকক বন বিভাগে গুৰুলা গুৰুলকৈ প্ৰহাৰৰ অভিযোগ স্থানীয় লোকৰ।
কাজিৰঙাৰ মাজলাইনৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত টায়াৰ জ্বলাই প্ৰতিবাদ স্থানীয় ৰাইজৰ।
৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি বন বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে।