কাজিৰঙাঃ আকৌ কাজিৰঙাত গঁড় হত্যাৰ ঘটনা।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উদ্ধাৰ এটা খৰ্গ বিহীন গঁড়ৰ মৃতদেহ ৷


ৰাষ্ট্ৰীয় উদ্যান খনৰ কহঁৰা ৰেঞ্জৰ হনুমান বন শিৱিৰ এলেকাত উদ্ধাৰ গঁড়ৰ মৃতদেহটো।


তিনি-চাৰি দিনৰ আগতে চোৰাংচিকাৰীয়ে গঁড়টোক হত্যা কৰা হৈছিল বুলি জানিবলৈ দিছে কাজিৰঙা

ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 4,918 other subscribers

Leave a comment

Leave a Reply