কাজিৰঙাঃ আকৌ কাজিৰঙাত গঁড় হত্যাৰ ঘটনা।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উদ্ধাৰ এটা খৰ্গ বিহীন গঁড়ৰ মৃতদেহ ৷
ৰাষ্ট্ৰীয় উদ্যান খনৰ কহঁৰা ৰেঞ্জৰ হনুমান বন শিৱিৰ এলেকাত উদ্ধাৰ গঁড়ৰ মৃতদেহটো।
তিনি-চাৰি দিনৰ আগতে চোৰাংচিকাৰীয়ে গঁড়টোক হত্যা কৰা হৈছিল বুলি জানিবলৈ দিছে কাজিৰঙা
ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰে।