বোকাখাতঃ কাজিৰঙাৰ কঁহৰা বনাঞ্চলৰ দাঁতি কাষৰীয়া ১নং শিলদুবিৰ শ’লমৰা গাঁৱত ঢেকিয়াপতীয়া বাঘৰ মৃতদেহ উদ্ধাৰ।

কাজিৰঙাৰ শ’লমৰা অঞ্চলত বাঘে এটা গৰু চিকাৰৰ পিছতে মৃত অৱস্থাত বাঘটো প্ৰত্যক্ষ কৰে স্থানীয় লোকে।

লগতে পঢ়কঃমৰিয়নিত আঘাতপ্ৰাপ্ত মাইকী নাহৰফুটুকীৰ বোকাখাতত মৃত্যু

বৰ্তমান বাঘটোৰ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই ।

ইফালে মৰিয়নিত আঘাতপ্ৰাপ্ত এটা বাঘৰ আজি বোকাখাতত মৃত্যু হয়। ৰাষ্ট্ৰীয় উদ্যানখনৰ বোকাখাত বন খণ্ডৰ অন্তৰ্গত মদাৰজুৰি বনশিবিৰত মৃত বাঘটোৰ অন্তোষ্টিক্ৰিয়া সমাপন কৰে কাজিৰঙা বন বিভাগে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply