খাৰুপেটীয়া- দৰঙৰ খাৰুপেটীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা।
তীব্ৰ বেগী ট্ৰাকৰ খুন্দাত থিতাতে নিহত বাইক আৰোহী।
আৰু পঢ়কঃ অসমত পুনৰ কৰোণা ভাইৰাছত আক্ৰান্ত ৩০জন
নিহত বাইক আৰোহীজন খাৰুপেটীয়াৰ হাস্পতাল ৰোডৰ হাফিজুৰ ৰহমান ওৰফে মুন্না বুলি চিনাক্ত কৰা হৈছে।
দুৰ্ঘটনা সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰে ট্ৰাকখন।
আৰু পঢ়কঃ নাজিৰাত অগ্নিকাণ্ডত জাহ যায় লক্ষাধিক টকাৰ সা-সম্পত্তি