• খটখটি নাকা তালাচীত ২ লাখ টকাৰ ড্ৰাগছ জব্দ।
  • ডিমাপুৰৰ পৰা মৈৰাবাৰী অভিমুখী বাছত জব্দ ৪৭.০১ গ্ৰাম ওজনৰ ড্ৰাগছ।
  • ফাৰহনা বেগম নামৰ মহিলা গৰাকীয়ে লুকুৱাই আনিছিল এই ড্ৰাগছখিনি।
  • চাৰিটা চাবোনৰ বাকচত আনিছিল এই ড্ৰাগছখিনি।
  • ধৃত ফাৰহনা বেগমৰ লগতে ফৰিদা বেগম নামৰ মহিলাক আটক কৰিছে খটখটি আৰক্ষীয়ে।
  • আৰক্ষীৰ অভিযানত দুটা মোবাইল ফোন আৰু নগদ ১৪,৫০০ টকা জব্দ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,482 other subscribers

Leave a comment

Leave a Reply Cancel reply