- খটখটি নাকা তালাচীত ২ লাখ টকাৰ ড্ৰাগছ জব্দ।
- ডিমাপুৰৰ পৰা মৈৰাবাৰী অভিমুখী বাছত জব্দ ৪৭.০১ গ্ৰাম ওজনৰ ড্ৰাগছ।
- ফাৰহনা বেগম নামৰ মহিলা গৰাকীয়ে লুকুৱাই আনিছিল এই ড্ৰাগছখিনি।
- চাৰিটা চাবোনৰ বাকচত আনিছিল এই ড্ৰাগছখিনি।
- ধৃত ফাৰহনা বেগমৰ লগতে ফৰিদা বেগম নামৰ মহিলাক আটক কৰিছে খটখটি আৰক্ষীয়ে।
- আৰক্ষীৰ অভিযানত দুটা মোবাইল ফোন আৰু নগদ ১৪,৫০০ টকা জব্দ কৰে।
খটখটিত আৰক্ষীৰ তালাচীত ২ লাখ টকাৰ ড্ৰাগছ সহ দুগৰাকী মহিলাক আটক
লগতে জব্দ দুটা মোবাইল ফোন আৰু ১৪,৫০০ নগদ টকা
