খেৰণিঃ পশ্চিম কাৰ্বি আংলঙৰ মুজেমত চাঞ্চল্যকৰ ঘটনা। চোৰাং কাঠৰ ব্যৱসায়ীয়ে কাঢ়ি নিলে খেৰণি বন বিভাগৰ অধীনত কৰ্মৰত হোম গাৰ্ডৰ বন্দুক।

যোৱা নিশাৰে পৰা বনদস্যু তথা কাঠ চোৰৰ বিৰুদ্ধে খেৰণি বন বিভাগে চলাইছিল অভিযান।

অভিযানৰ সময়তে শুকুৰবাৰে দিনৰ প্ৰায় ১০ বজাত চোৰাং কাঠৰ ব্যৱসায়ীয়ে আক্ৰমণ কৰি কাঢ়ি নিয়ে হোম গাৰ্ড বিদ্যাছিং ৰংপিৰ বন্দুক।

লগতে পঢ়কঃমাৰ্ঘেৰিটাৰ লিডুত যুৱ ছাত্ৰৰ পৰিষদৰ অৱস্থান ধৰ্মঘট

ঘটনাৰ পিছতে ঘটনাস্থলীত আৰক্ষী আৰু খেৰণি বন বিভাগে অভিযান চলাই এখন যন্ত্ৰ চালিত কৰত আৰু ML 04-2418 নম্বৰৰ এখন ট্ৰাক জব্দ কৰাৰ লগতে এজন বনদস্যুক আটক কৰিছে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,597 other subscribers

Leave a comment

Leave a Reply Cancel reply