খেৰণিঃ ৰাজ্যত পুনৰ ধৰ্ষণকাৰীলৈ আৰক্ষীৰ গুলী।
পলায়নৰ চেষ্টা কৰোতেই ধৰ্ষণৰ ঘটনাত অভিযুক্ত হৰেন্দ্ৰ ৰামলৈ খেৰণি আৰক্ষীৰ গুলী।
লগতে পঢ়কঃতেজপুৰ চহৰৰ মাজমজিয়াত কিন্নৰৰ সন্ত্ৰাস
সম্প্ৰতি ডিফু অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন অভিযুক্ত হৰেন্দ্ৰ ৰাম।
মহিলাসহ শিশুক ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল হৰেন্দ্ৰ ৰাম।
১৯মাৰ্চত সংঘটিত হৈছিল এই ধৰ্ষণকাণ্ডৰ।