খেৰণিঃ খেৰণিৰ এটা পুখুৰীত বিহজাতীয় পদাৰ্থ দি মাছ মৰাৰ চেষ্টা দুৰ্বৃত্তৰ।
লম্বাপথাৰৰ বিজয় চৌহানৰ নিজা পুখুৰীত কোনো দুষ্টলোকৰ এই হিংসাত্মক কাৰ্য ৷
উক্ত পুখুৰীটিত বিহজাতীয় থাইৰেন জাতীয় পদাৰ্থ ব্যৱহাৰ কৰা অভিযোগ চৌহানৰ ৷
লগতে পঢ়কঃখেৰণি-হাবাইপুৰ-লামছাকান পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন
সম্প্ৰতি পুখুৰীটোৰ আধাসংখ্যক মাছৰেই মৃত্যু হৈছে বুলি জানিব পৰা গৈছে ৷
ইতিমধ্যে চৌহানে এই সন্দৰ্ভত আৰক্ষীৰ ওচৰত গোচৰ ৰুজু কৰিছে ৷