খেৰণিঃ খেৰণিৰ এটা পুখুৰীত বিহজাতীয় পদাৰ্থ দি মাছ মৰাৰ চেষ্টা দুৰ্বৃত্তৰ।

লম্বাপথাৰৰ বিজয় চৌহানৰ নিজা পুখুৰীত কোনো দুষ্টলোকৰ এই হিংসাত্মক কাৰ্য ৷

উক্ত পুখুৰীটিত বিহজাতীয় থাইৰেন জাতীয় পদাৰ্থ ব্যৱহাৰ কৰা অভিযোগ চৌহানৰ ৷

লগতে পঢ়কঃখেৰণি-হাবাইপুৰ-লামছাকান পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন

সম্প্ৰতি পুখুৰীটোৰ আধাসংখ্যক মাছৰেই মৃত্যু হৈছে বুলি জানিব পৰা গৈছে ৷

ইতিমধ্যে চৌহানে এই সন্দৰ্ভত আৰক্ষীৰ ওচৰত গোচৰ ৰুজু কৰিছে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,286 other subscribers

Leave a comment

Leave a Reply