সোণাপুৰঃ ক্ষেত্ৰী আৰক্ষী থানাৰ অন্তৰ্গত মালয়বাৰীৰ বৰটাৰীত গৰু চোৰৰ উপদ্ৰৱ।
ৰটাৰীৰ ঘনশ্যাম কলিতা আৰু কনক কলিতাৰ গোঁহালিৰ পৰা পাঁচজনীকৈ গাই গৰু লৈ উধাও হ’ল চোৰ।
লগতে পঢ়কঃলখিমপুৰত বৃহৎ পৰিমানৰ জীৱজন্তু অংগসহ তিনি যুৱক গ্ৰেপ্তাৰ
চুৰি হোৱা গৰুকেইটাৰ বজাৰ মূল্য কেইবালক্ষাধিক টকা হ’ব।
আনহাতে, গো-ধন কেইটা উন্নত প্ৰজাতিৰ আছিল বুলি জানিব পৰা গৈছে।
গো-ধন কেইটা চুৰি হোৱাৰ ফলত এতিয়া শোকত ভাগি পৰিছে কৃষিজীৱি পৰিয়াল দুটা।