গুৱাহাটীঃ ক্ষেত্ৰী আৰক্ষীয়ে দেওবাৰে সন্ধিয়া অভিযান চলাই আটক কৰে দুই দুধৰ্ষ চোৰক। আটকাধিন চোৰ দুটা সোণাপুৰৰ ছাবুদ্দিন আলী আৰু ছয়গাঁৱৰ জামিনুল ইছলাম।

চোৰ দুটাৰ পৰা আৰক্ষীয়ে অপৰাধ সংঘটিত কৰিবলৈ ব্যৱহাৰ কৰা বহু চোকা সঁজুলি আৰু অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰিছে। দীৰ্ঘদিন ধৰি বহুকেইটা চুৰিকাণ্ড সংঘটিত কৰিছিল চোৰ দুটাই। বৰ্তমান আৰক্ষীয়ে দুয়োকে কৰায়ত্ত কৰি জেৰা চলাই আছে।

লগতে পঢ়কঃকাৰ্বিপাহাৰত নিৰ্বাচনী ৰণডংকা:৭ লাখ ভোটাৰে নিৰ্ণয় কৰিব ১৫৪জন প্ৰাৰ্থীৰ ভাগ্য

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply