কিডনী ব্যৱসায় কাণ্ডৰ মূল অভিযুক্ত প্লাবন বৰঠাকুৰৰ জামিন নাকচ।

জামিন নাকচ কৰা হৈছে আন এজন অভিযুক্ত মিতু দাসৰ।

গুৱাহাটী উচ্চ ন্যায়ালয়ে নাকচ কৰিছে এই দুজন অভিযুক্তৰ জামিন।

দুয়োৰে বিৰুদ্ধে উপযুক্ত তথ্য থকাৰ বাবেই জামিন নাকচ কৰিছে ন্যায়ালয়ে।

ন্যায়ালয়ত চৰকাৰী পক্ষৰ হৈ যুক্তি দৰ্শাই মাখন ফুকনে।

ৰাজ্য কপোৱা কিডনী ব্যৱসায় কাণ্ডৰ ঘটনা পোহৰলৈ আহিছিল মৰিগাঁও জিলাত ।

একেধৰনৰ ঘটনা পিছত পোহৰলৈ আহিছিল নগাঁও আৰু ডিব্ৰুগড জিলাতো ।

লগতে পঢ়ক কাৰ্বিআংলঙত ১৭ টাকৈ সংগঠনৰ প্ৰতিবাদী কাৰ্যসূচী

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply