কোকৰাঝাৰ- বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত কোকৰাঝাৰত বৃহৎ পৰিমানৰ মাৰণাস্ত্ৰ উদ্ধাৰ।
অবৈধ অস্ত্ৰৰ বিৰুদ্ধে বিটিআৰত আৰক্ষীয়ে চলোৱ অভিযানত উদ্ধাৰ দুটা একে ৫৬, মেগজিন, এটা ৭.৬৫ এম এম পিষ্টল, ৪২জাঁই সজীৱ গুলী।
আৰু পঢ়কঃ অসম জাতীয় পৰিষদৰ কার্যলায় লণ্ডভণ্ড কৰিলে দুৰ্বৃত্তই
গোসাইগাওঁ আৰক্ষী থানাৰ অন্তৰ্গত চৰাইবিল ভালুঝৰা বনাঞ্চলত উদ্ধাৰ মাৰণাস্ত্ৰখিনি।
কোকৰাঝাৰ আৰক্ষীয়ে টুইটযোগে এই কথা সদৰী কৰে।
আৰু পঢ়কঃ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ৩৪৫ জন প্ৰাৰ্থীৰ ৩৭ জনেই অপৰাধী