পল্লব মিলি, লখিমপুৰঃ উত্তৰ লখিমপুৰৰ এখন গাঁৱৰ ২০জনৰো অধিক লোকক প্ৰেৰণ কৰা হৈছে জেল হাজোলৈকে। লখিমপুৰ ন-আলি হালধীয়া আটিৰ কব্যৰ্ত গাঁৱত সংঘঠিত হৈছে এই ঘটনা।

জানিব পৰা মতে, গাঁওখনৰ ২২জন লোকক জেল হাজোলৈকে প্ৰেৰণ কৰা হৈছে। উল্লেখ্য যে, ২০১৮চনৰ ১০ অক্টোবৰত এটা ঘৰত অগ্নি সংযোগ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে লোক কেইজনক।

৩ নবেম্বৰত আদালতত অভিযুক্ত লোক কেইজনক হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছিল। কিন্তু তাৰপাছতো তেওঁলোক হাজিৰ হোৱা নাছিল আদালতত।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply