লখিমপুৰঃ লখিমপুৰৰ নাওবৈচাৰ গেন্ধালীত ভয়ংকৰ পথ দুৰ্ঘটনা।
তীব্ৰবেগী ডাম্পাৰৰ চকা খুলি খুন্দিয়ালে বলেৰো পিকআপত।
থিতাতে নিহত বলেৰো পিকআপ খনৰ চালক।
লগতে পঢ়কঃগোৰেশ্বৰত বাক্সা জিলা খাদ্য সুৰক্ষা বিভাগৰ অভিযান
গুৰুতৰভাৱে আহত হৈছে চাৰি জন লোক।
১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ঘটনা।
দুৰ্ঘটনাগ্ৰস্ত ডাম্পাৰ খনৰ নম্বৰ AS 07 AC 2500 আৰু বলেৰো পিকআপ খনৰ নম্বৰ AS 07 BC 369