লখিমপুৰঃ জংকী-পানৈ দেশৰ ঘূণাসুঁতিত মিচিং সম্প্ৰদায়ৰ লোকৰ কৃষিজীৱী উৎসৱ আলি আ:য়ে লৃগাং উদযাপন ।

আজি দিন যোৰা কাৰ্যসূচীৰে মাংগলিক ৰীতি-নীতিৰে উদযাপন কৰা হৈছে মিচিং সম্প্ৰদায়ৰ হেপাহৰ উৎসৱটি।

মিচিং সম্প্ৰদায়ৰ লোকসকলে আজিৰে পৰাই আৰম্ভ কৰিব বীজ সিঁচা কাম।

লগতে পঢ়কঃমহানগৰীৰ জাপৰিগোগত পালন কৰে মিছিং সকলৰ আলি আয়ে লৃগাং

উল্লেখ্য যে, ফাগুন মাহৰ প্ৰথমতো বুধবাৰে মিচিং সম্প্ৰদায়ৰ লোকৰ কৃষক সকলে বীজ সিঁচা কাৰ্যসূচী আৰম্ভ কৰে।

চলি অহা প্ৰথা অনুসৰি এই তিনিদিনৰ ভিতৰত কোনো কৃষকে পথাৰত হাল বা কোৰ নামাৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply