লখিমপুৰঃ লখিমপুৰত আলফাৰ সমৰ্থনত ফেচবুক প’ষ্ট দি গ্ৰেপ্তাৰ চাৰিজনকৈ লোক। লগতে গ্ৰেপ্তাৰ আলফাৰ ২জনকৈ লিংকমেন।
আটকাধীন লোককেইজন ক্ৰমে তপন ফুকন ওৰফে ভৱানী খাখলাৰী, প্ৰাঞ্জল বৰুৱা, বৈদ্যনাথ দেউৰী ওৰফে বৈজ্ঞানিক, উৎপল গগৈ ওৰফে ধন।

লগতে পঢ়কঃবানত উটি যোৱা দুয়োজন আৰক্ষীৰ লোকৰ মৃতদেহ উদ্ধাৰ

আনহাতে গ্ৰেপ্তাৰ হোৱা লিংকমেন দুজন ক্ৰমে-দীপক শইকীয়া ওৰফে লুকু শইকীয়া, জিতু মুদৈ ওৰফে ৰাণা ভৰালী।

বৰ্তমান আৰক্ষীয়ে লোক কেইজনক জেৰা অব্যাহত ৰাখিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply