লখিমপুৰঃ লখিমপুৰ জিলাৰ বাপ খাটত সদৌ অসম ভিত্তিত ভাওনা সমাৰোহ প্ৰতিযোগিতা।

বাপখাট কমলাবৰীয়া পথৰ শলাল তেলাহী কমলাবৰীয়া হাইস্কুল খেলপথাৰ প্ৰাংগনত সাতদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে এই ভাওনা সমাৰোহ।

১৪ ফেব্ৰুৱাৰীৰ পৰা শ্ৰী শ্ৰী দিহিং সত্ৰ তেলাহী থান বাপ খাট সন্মিলিত নাট্য গোষ্ঠীৰ সৌজন্যত তথা তেলাহী কমলাবৰীয়া মৌজাৰ ৰাইজৰ সহযোগত এই ভাওনা সমাৰোহ প্ৰতিযোগিতা অনুষ্ঠিত হৈছে।

লগতে পঢ়কঃমঙলদৈত শ্বহীদ দিৱসৰ আয়োজন

ইতিমধ্যে যোৰহাট, বিশ্বনাথ, ধেমাজি , উত্তৰ লখিমপুৰকে ধৰি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভাওনাৰ দল সমূহে ৰাইজক মোহিত কৰিবলৈ সক্ষম হৈছে।

ভাওনা সমাৰোহ প্ৰতিযোগিতাখনত হাজাৰ হাজাৰ ভাওনাপ্ৰেমী ৰাইজে ভিৰ কৰা পৰিলক্ষিত হৈছে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,881 other subscribers

Leave a comment

Leave a Reply