লখিমপুৰঃ চাৰিদিনীয়া বিস্তৃত কাৰ্য্যসূচীৰে লখিমপুৰত অনুষ্ঠিত হৈছে ৬৪ সংখ্যাক কেন্দ্রীয় ৰঙালী বিহু সন্মিলন।

আজি প্ৰথম দিনাৰ অন্যান্য কাৰ্য্যসূচীৰ লগতে বাৰে বৰণীয়া সাংস্কৃতিক শোভাযাত্রাই মুখৰিত কৰি তোলে আকাশ বতাহ।

লগতে পঢ়কঃসম্প্ৰীতিৰ নিদৰ্শনৰ মাজেৰে ইজনে-সিজনৰ গাত বোকা সানি পালন কৰিলে বোকা বিহু

জাতি-জনগোষ্ঠীৰ সংস্কৃতিৰ পৰা ধৰ্মীয় ক্ষেত্র লৈ সকলো প্ৰতিফলিত হয় শোভাযাত্রাত। সমন্বয়-সম্প্ৰীতিৰ বাৰ্তা বিলাই লখিমপুৰ কেন্দ্রীয় ৰঙালী বিহু সন্মিলনে এক যাউতিযুগীয়া নিদৰ্শন দাঙি ধৰিব বুলি আশাবাদী উদ্যোক্তা সকল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply