লখিমপুৰঃ মাটিবাৰীক কেন্দ্ৰ কৰি লখিমপুৰ জিলাৰ অন্তৰ্গত ফটেহপুৰত ভয়ঙ্কৰ আক্ৰমণ।
আক্ৰমণত গুৰুতৰভাবে আহত আব্দুল ছালাম নামৰ এজন লোক ।

ভূমি কেন্দ্ৰিক কন্দলৰ প্ৰতিশোধ ল’বলৈ আব্দুল ছালাম নামৰ লোকজনক তালেব আলী আৰু মুতালেব আলী নামৰ লোকদুজনে প্ৰায় ২০ জনকৈ লোকৰ দ্বাৰা হত্যাৰ চেষ্টা চলায় ৷

উক্ত আক্ৰমণত গুৰুতৰভাৱে আহত আব্দুল ছালাম নামৰ লোকজন ৷

লগতে পঢ়কঃসোণাৰি মহাবিদ্যালয়ত নৱাগত আদৰণি সভা সম্পন্ন

উন্নত চিকিৎসাৰ বাবে আব্দুল ছালামক প্ৰেৰণ কৰা হৈছে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ ৷

ঘটনাৰ পাছতেই বঙালমৰা আৰক্ষী চকীত এজাহাৰ দাখিল কৰে আব্দুল ছালামৰ পৰিয়ালৰ লোকে।

বৰ্তমান বঙালমৰা আৰক্ষীয়ে ঘটনাৰ বিষয়ে তদন্ত অব্যাহত ৰাখিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply