লখিমপুৰঃ সমগ্র ৰাজ্যৰ লগতে লখিমপুৰৰ পঞ্চানন দেৱালয়ত লোকে- লোকাৰণ্য পৰিবেশ।

দুৰ্গা পূজা উপলক্ষে অভূতপূর্ব ভিৰ হয় ঐতিহ্যমণ্ডিত পঞ্চানন দেৱালয়ত।

১২০ বছৰীয়া পৰম্পৰা ৰক্ষা কৰি দেৱালয়খনত বলি বিধানৰো আয়োজন কৰিছে। আজি মহাঅষ্টমী উপলক্ষে দেৱালয়খনত লক্ষ্যাধিক ভক্তৰ সমাগম ঘটে।

লগতে পঢ়কঃমাজুলীৰ কাৰকিচুক মিচিংগাঁৱৰ ফুলেশ্বৰী থানত দুৰ্গা পুজাৰ আয়োজন

ভক্তপ্ৰাণ ৰাইজৰ এনে সহাৰিত সন্তষ্টি প্ৰকাশ কৰে পৰিচালনা সমিতিয়ে।

পিছে লখিমপুৰ জিলা প্ৰশাসনে কোভিড বিধি বান্ধি দিয়াৰ পিছতো একাংশ ভক্তই কভিড বিধি মানি চলা পৰিলক্ষিত হোৱা নাই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply