লখিমপুৰঃ লখিমপুৰৰ নাওবৈচাত শিঙৰা নৈৰ বানৰ তাণ্ডৱ ।

বানে চিঙিলে ফুলবাৰীবস্তিত নৱনিৰ্মিত চাইড বান্ধ ।

পুৱাই অহা সংহাৰী বানৰ ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে সমগ্ৰ ফুলবাৰীবস্তী এলেকাত ।

আৰু পঢ়কঃতেজপুৰৰ প্ৰসিদ্ধ ভাস্কৰ্য শিল্পী জয় চন্দ্ৰ দাস আৰ্থিক দৈন্যতাত ভুগিব লগা হৈছে

প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত লাভ কৰা এটা বাসগৃহ উটুৱাই নিয়ে প্ৰলয়ংকৰী বানে ।

উটুৱাই নিয়া ঘৰৰ গৰাকীৰ নাম দেৱেন ৰাজপুত । নিজ গৃহৰ উপৰিও লোকজনে যোগাৰ কৰি থোৱা চিমেণ্ট, কাঠকে ধৰি অন্যান্য নিৰ্মাণ সামগ্ৰী উটুৱাই নিয়ে নৈৰ ঢলে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply