লখিমপুৰঃ লখিমপুৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উত্তাল প্ৰতিবাদ। ত্যাগ ক্ষেত্ৰৰ পৰা নগৰৰ মাজ মজিয়াত পদ যাত্ৰা কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।

খাদ্য সামগ্ৰী, ঔষধ,ইন্ধনজাত সামগ্ৰী, নিৰ্মাণ সামগ্ৰীকে আৰম্ভ কৰি নিত্য ব্যৱহার্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত আৰু মূল্যবৃদ্ধি হ্ৰাস কৰাৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে নগৰৰ মাজেৰে প্ৰতিবাদী সমদল কৰি উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে।

লগতে পঢ়কঃযোৰহাটত এজন গৰু চোৰ উঠিল ঘৰৰ চালত

কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী, খাদ্য আৰু অসামৰিক যোগান বিভাগ, বিত্ত মন্ত্রী, মুখ্যসচিবলৈ স্মাৰকপত্ৰও প্ৰেৰণ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply