পল্লব মিলি, লখিমপুৰঃ লখিমপুৰ মেডিকেল কলেজ হাস্পতালত এগৰাকী লোকে হেৰুৱালে প্ৰাণ। চিকিৎসাৰ অভাৱত লোকজনৰ মৃত্য়ু হোৱা বুলি জানিব পৰা গৈছে। 

জানিব পৰা মতে, ICU ত ভৰ্তি কৰাৰ সময়ত মেডিকেলৰ নাৰ্ছে চাহ খাবলৈ বিচাৰিছিল  টকা। চাহ খাবলৈ ধন নিদিয়াৰ বাবে ভাল দৰে চিকিৎসা নকৰাৰ অভিযোগ উত্থাপন কৰিছে ৰোগীৰ পৰিয়ালৰ লোকে। 

পৰিয়ালৰ লোকে লগতে অভিযোগ কৰিছে যে, ৰোগীগৰাকীক ৰছীৰে  বান্ধি চিকিৎসা কৰা হৈছিল। তেনে সময়চোৱাত পইচা বিচৰাৰ অভিযোগ কৰিছে মৃত পৰিয়ালৰ লোক।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,881 other subscribers

Leave a comment

Leave a Reply